/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/e1f40398-a5e8-45f5-8450-a7073dbadc0e/106.jpg)
-
ডিব্রুগড় জিলা মহিলা কংগ্রেছৰ সভানেত্রীক দলৰ পৰা বহিষ্কাৰ।
-
সভানেত্রী পবিত্রা সিং বকলিয়ালক ৬ বছৰৰ বাবে বহিষ্কাৰ।
-
পবিত্রা সিঙৰ বিৰুদ্ধে দল বিৰোধী কাৰ্যত জড়িত থকাৰ অভিযোগ।
-
জিলা কংগ্রেছৰ সম্পাদকে জনালে এই কথা।
Also Read: দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মন্ত্ৰী পীযুষ : সহস্ৰাধিক লোকৰ বিজেপিত যোগদান