নিজ টেঙাখাতত ৪০ সংখ্যক ৰঙালী বিহু সন্মিলন..

নিজ টেঙাখাতত ৪০ সংখ্যক ৰঙালী বিহু সন্মিলন..

author-image
Asomiya Pratidin
New Update
নিজ টেঙাখাতত ৪০ সংখ্যক ৰঙালী বিহু সন্মিলন..

ডিজিটেল সংবাদ,টেঙাখাতঃ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে নিজ টেঙাখাত ৪০ সংখ্যক ৰঙালী বিহু সন্মিলন আয়োজন কৰা হৈছে। ড° ভূপেন হাজৰীকা ৰঙ্গ- মঞ্চত বিভিন্ন একক দলীয় বিহু প্ৰতিযোগিতা সাংস্কৃতিক কাৰ্যসূচী আদিৰে বিহু সন্মিলন আয়োজন কৰা হয়।

Advertisment

আজি পুৱা উদযাপন সমিতিৰ সভাপতি অজয় গগৈয়ে পতাকা উত্তোলন কৰে। মুখ্য সম্পাদক পৰমা ফুকনে স্মৃতি তৰ্পন কৰা লগতে সৰুমলা গগৈ,প্ৰভু আগৰৱালাই সুধাকণ্ঠ ড° ভূপেন হাজৰীকাৰ স্থায়ী প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত উদযাপন সমিতিৰ বিষয়ববীয়া বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Also Read: বৰ্ষাপাৰাত পঞ্জাৱে আৰম্ভ কৰিছে অনুশীলনঃ আহি পালে ৰাজস্থান ৰয়েলছো...

Bohag Bihu tengakhat bihu