চাঞ্চল্যকৰ ঘটনা, অভিযন্তাক অপহৰণ কৰি হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ...

দুলীয়াজানত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । এগৰাকী অভিযন্তাক অপহৰণ কৰি হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ । সৌভাগ্যক্ৰমে কথমপি প্ৰাণৰক্ষা অভিযন্তা ডিম্বেশ্বৰ গগৈৰ
চাঞ্চল্যকৰ ঘটনা, অভিযন্তাক অপহৰণ কৰি হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ...

ডিজিটেল ডেস্কঃ দুলীয়াজানত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । এগৰাকী অভিযন্তাক অপহৰণ কৰি হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ । সৌভাগ্যক্ৰমে কথমপি প্ৰাণৰক্ষা অভিযন্তা ডিম্বেশ্বৰ গগৈৰ ।

দুলীয়াজান পৰা ভাদৈ পাঁচআলিৰ দিশে গৈ আছিল অভিযন্ত্ৰাগৰাকী । তেনে সময়তে আহোম ধাবাৰ ওচত এন্য এখন গাড়ীয়ে বাট আগুচি ধৰে গগৈৰ বাহনৰ । আৰি সেই স্থানৰ পৰাই অভিযন্তেৰাগৰাকীক অপহৰণ কৰে দুবৃত্তৰ এটা দলে । অস্ত্ৰ দেখুৱাই

ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত কৰিছে কৰিছে ভুক্তভুগী গগৈয়ে । চোকা অস্ত্ৰ ওলিয়াই ভয় ভাবুকি প্ৰদান কৰি অভিযন্ত্ৰাগৰাকীক মায়াবজাৰ সমীপৰ এক স্থানলৈ লৈ যায় ।

আৰু সেই স্থানতেই হাত ভৰি বান্ধি পেলাই দুবৃত্তৰ দলে । ভুক্তভুগীয়ে প্ৰকাশ কৰা মন্তব্য অনুসৰি সেই স্থানতেই চোকা অস্ত্ৰ উলিয়াই লওতেই বিপৰীত দিশৰ পৰা একন বাহনৰ পোহৰ প্ৰত্যক্ষ কৰি পানীত পেলাই দিয়ে গগৈক ।

আৰু চাহপাত কঢ়িওৱা বাহনত পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে । বিপৰীত দিশৰ পৰা অহা বাহনৰ চালক জনে ডিম্বেশ্বৰক ভৰ্তি কৰায় চিকিৎসালয়ত । ঘটনা সন্দৰ্ভত দুলীয়াজান থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ ।

চাঞ্চল্যকৰ ঘটনা, অভিযন্তাক অপহৰণ কৰি হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ...
লাম্পি ৰোগৰ সংক্ৰমনৰ সময়তে বুঢ়াপাহাৰত জাকে জাকে গৰুৰ অবাধ বিচৰণকলৈ আতংকিত ৰাইজ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in