ডিব্ৰুগড়ত অসম সেউজ সংগীত মহোৎসৱ

ডিব্ৰুগড়ত অসম সেউজ সংগীত মহোৎসৱ

ডিজিটেল সংবাদ, বৰবৰুৱাঃ অহা ১৩ মাৰ্চ তাৰিখৰ পৰা ডিব্ৰুগড়ৰ দাইনীজনৰ হালালি সাংস্কৃতিক সমন্বয় ক্ষেত্ৰত আয়োজন কৰিছে অসম সেউজ সংগীত মহোৎসৱ।তাৰ বাবে স্থানীয় বোৱাৰী যুৱতী সকলো আনন্দত আত্মহাৰা হোৱা পৰিলক্ষিত হয়।

কেইবাজনো আমন্ত্ৰিত শিল্পীয়ে পৰিৱেশন কৰিব গীত। বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমাহাৰে উদুলি মুদলি হ'ব ডিব্ৰুগড়ৰ দাইনীজনৰ হালালি সাংস্কৃতিক সমন্বয় ক্ষেত্ৰ। লগতে বিভিন্ন খাদ্যৰ সম্ভাৰো লাভ কৰিব বুলি উদ্যোক্তা সকলে উল্লেখ কৰে।

ডিব্ৰুগড়ত অসম সেউজ সংগীত মহোৎসৱ
নাগালেণ্ডৰ পাঁচখন জিলাত 'ৰাজহুৱা জৰুৰীকালীন অৱস্থা' ঘোষণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in