ডিব্ৰুগড়ত চাঞ্চল্য! আৰক্ষী স্বামীয়ে হত্যা কৰিলে পত্নীক

ডিব্ৰুগড়ত চাঞ্চল্য! আৰক্ষী স্বামীয়ে হত্যা কৰিলে পত্নীক

author-image
asomiyapratidin
New Update
উৎকোচ লৈ গ্ৰেপ্তাৰ খাদ্য সুৰক্ষা বিষয়া…

  • ডিব্ৰুগড়ত চাঞ্চল্যকৰ ঘটনা।
  • আৰক্ষীয়ে হত্যা কৰিলে পত্নীক।
  • ডিব্ৰুগড় আৰক্ষী চাউনীত সংঘটিত এই ঘটনা।
  • পাৰিবাৰিক ঘটনাৰ বাবে কনিষ্টবল স্বামীয়ে পত্নীক হত্যা কৰাৰ সন্দেহ।
  • বিকি চেতিয়া নামৰ লোকজনে হত্যা কৰে পত্নীক।
  • নিশা প্ৰায় ১ মান বজাত কাৰ্বাইনেৰে গুলীয়াই হত্যা পত্নী জয়া চেতিয়াক।
  • আৰক্ষী আৱাসৰ ভিতৰত সংঘটিত হোৱা এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।
murder dibrugarh