ডিব্ৰুগড়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা, শূন্য দূৰত্বৰ পৰা গুলীচালনা এজন ব্যক্তিক...

নিচেই কাষৰ পৰা কোনো দুৰ্বৃত্তই গুলি চালনা কৰাৰ ঘটনা সংঘটিত হৈছে

author-image
Asomiya Pratidin
New Update
পাঞ্জাৱাৰীত গুলীবিদ্ধ হোৱা ৰঞ্জিত বৰাৰ মৃত্যু...

dibrugarh firing

জিডিটেল ডেস্ক : ডিব্ৰুগড়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এজন ব্যক্তিক লালুকা গাঁৱৰ এখন টায়াৰৰ ডোকানৰ সন্মূখত নিচেই কাষৰ পৰা কোনো দুৰ্বৃত্তই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে।

Advertisment

গুলীচালনাৰ পাছতে পথৰ কাষত কিছু দূৰ গৈয়ে ধলি পৰে ব্যক্তিজন। মটৰ বাইকত ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ অভিমূখে গৈ থকা অৱস্থাত গুলিয়াই থৈ যায় বুলি সিদ্ধাৰ্থ ৰজখোৱা নামৰ গুলিবিদ্ধ ব্যক্তিজনে প্ৰকাশ কৰে। বৰ্তমানলৈ গুলীচালনা কৰা ব্যক্তিগৰাকীক চিনাক্ত কৰা হোৱা নাই।

assam dibrugarh firing