New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/0d79c3c9-403d-4242-b1bb-40c949871971/dib_dctr.jpg)
dibrugarh doctor suicide
অসম মেডিকেল কলেজ হাস্পতালৰ চিকিৎসকৰ আত্মহত্যা।
ডিব্রুগড়ৰ মিলন নগৰৰ ঘৰত আত্মহত্যা কৰে চিকিৎসকগৰাকীয়ে।
এনাষ্ঠেছিয়া বিভাগৰ সহযোগী অধ্যাপক আছিল উৎপল দত্ত আত্মহত্যা।
ঘটনাস্থলীত উপস্থিত ডিব্রুগড় আৰক্ষী।
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।