সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ডিব্ৰুগড়ৰ কাৰ্যালয়ত চিআইডিৰ অভিযান...

এম.ভি.আই আৰু উচ্চ বৰ্গৰ সহায়ককো সোধা-পোছা চি.আই.ডিৰ

author-image
Asomiya Pratidin
New Update
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ডিব্ৰুগড়ৰ কাৰ্যালয়ত চিআইডিৰ অভিযান...

cid investigation

ডিজিটেল ডেস্ক : ডিব্রুগড়ৰ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়ত চিআইডিৰ অভিযান। ৩৬২ কোটি টকীয়া কেলেংকাৰীৰ তদন্তক লৈ এই অভিযান চিআইডিৰ। সদ্য অপসাৰিত মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্রাৰীৰ দিনতেই সংঘটিত হৈছিল কেলেংকাৰীৰ।

নডেল বিষয়া হিতেন্দ্র ঝায়ে কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল। উল্লেখ্য যে কাৰ্যালয়টোত থকা এম.ভি.আই আৰু উচ্চ বৰ্গৰ সহায়ককো সোধা-পোছা কৰিছে চি.আই.ডিয়ে।

assam cid dibrugarh