/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e6f7f414-3a10-4cb6-84aa-1004475cd82c/accident.jpg)
অচিনাক্ত বাহনে মহটিয়াই নিলে অসম আৰক্ষীৰ জোৱানক, থিতাতে মৃত্যু
শুকুৰবাৰে ধূপধৰাৰ দেওশিলাৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা।
অচিনাক্ত বাহনে মহটিয়াই নিলে বাইক আৰোহী।
থিতাতে নিহত বাইক আৰোহী অসম আৰক্ষীৰ জোৱান।
নিহত জোৱানজন চৌকাবড়ীৰ ধ্রুৱজ্যোতি ৰাভা।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন এজন যুৱক।
সংকটজনক অৱস্থাত যুৱকজনক গুৱাহাটীলৈ প্রেৰণ।
Also Read: বিশিষ্ট সাহিত্যিক ড০ প্ৰণৱ জ্যোতি ডেকা সংকটজনক অৱস্থাত চিকিৎসাধীন