/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
এই মুহূৰ্তৰ খবৰ
-
ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ সম্পত্তি জব্দৰ নিৰ্দেশ আদালতৰ।
-
ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশ।
-
এগৰাকী কিশোৰীক ধৰ্ষণ আৰু হত্যাৰ গোচৰ গাপ দিয়াৰ চেষ্টা চলাইছিল বৰুৱাই।
-
৫ লাখ টকাৰ বিনিময়ত এই কাণ্ডৰ মূল অভিযুক্তক ৰক্ষণাবেক্ষণ দিছিল।
-
সেয়ে বিষয়াগৰাকীৰ সম্পত্তি জব্দৰ নিৰ্দেশ আদালতৰ।
Also Read: গোলাঘাটতো দেশভক্ত তৰুণ ৰাম ফুকনৰ স্মৃতি দিৱস পালন...