New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr-2.jpg)
ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।
বুজন পৰিমাণৰ নিচাজাতীয় টেবলেটসহ আটক সৰবৰাহকাৰী।
ধৃত সৰবৰাহকাৰী দুজন শচীন কুমাৰ আৰু ফিৰোজ আলম।
দুয়োৰে পৰা ৯৬৮টা নিচাজাতীয় টেবলেট জব্দ।
লগতে নগদ ২৬ হাজাৰ টকাসহ দুটা ম’বাইল ফোন জব্দ।
Also Read: বাইহাটা চাৰিআলিত অবৈধ সুৰা জব্দ : এজনক আটক