ধুবুৰীত নিচাজাতীয় দ্ৰব্যসহ দুজনক আটক

ধুবুৰীত নিচাজাতীয় দ্ৰব্যসহ দুজনক আটক
  • ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।

  • বুজন পৰিমাণৰ নিচাজাতীয় টেবলেটসহ আটক সৰবৰাহকাৰী।

  • ধৃত সৰবৰাহকাৰী দুজন শচীন কুমাৰ আৰু ফিৰোজ আলম।

  • দুয়োৰে পৰা ৯৬৮টা নিচাজাতীয় টেবলেট জব্দ।

  • লগতে নগদ ২৬ হাজাৰ টকাসহ দুটা ম’বাইল ফোন জব্দ।

ধুবুৰীত নিচাজাতীয় দ্ৰব্যসহ দুজনক আটক
বাইহাটা চাৰিআলিত অবৈধ সুৰা জব্দ : এজনক আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in