New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/big-news-face-750x430-1-1.jpg)
ধুবুৰীৰ ছাগলীয়াত চিলনী চোৰে লুটিলে ১ লাখ ৭০ হাজাৰ টকা...
ধুবুৰীৰ ছাগলীয়াত চিলনী চোৰৰ সন্ত্রাস।
চিলনী চোৰে লুটি নিলে ১ লাখ ৭০ হাজাৰ টকা।
টকাখিনি বেংকত জমা কৰিবলৈ নিয়াৰ সময়তে এই ঘটনা।
এটা পেট্ৰ’ল পাম্পৰ পৰা টকাখিনি বেংকত জমা দিবলৈ নিছিল।
বাইকত অহা দুই চিলনী চোৰে লুটি নিয়ে টকাখিনি।
Also Read: কলিয়াবৰত বনৰীয়া ম’হৰ আক্ৰমণত মহিলা আহত...