লংকাৰ ঝাৰবস্তিত ভয়ংকৰ অগ্নিকাণ্ড

dangor khabar
dangor khabar

ডিজিটেল ডেস্কঃ সোমবাৰৰ নিশা লংকাৰ ডাবলঙৰ ঝাৰবস্তিত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । অঞ্চলটোৰ জংছেদ আলী নামৰ ব্যক্তিজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড ।

প্রায় ৪-৫ লাখ টকাৰ সা-সম্পত্তি এই অগ্নিকাণ্ডত জাহ যায়। অগ্নিকাণ্ডত কথমপি প্রাণ ৰক্ষা পৰে গৃহস্থৰ । শ্বৰ্ট চাৰ্কিটৰ ফলতেই সংঘটিত হয় এই অগ্নিকাণ্ড । অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ।

dangor khabar
৩১ জানুৱাৰীৰ পৰা সংসদৰ বাজেট অধিৱেশন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in