ধুবুৰীত এন ডি আৰ এফৰ অনুশীলন প্ৰদৰ্শন

ধুবুৰীত এন ডি আৰ এফৰ অনুশীলন প্ৰদৰ্শন
ধুবুৰীত এন ডি আৰ এফৰ অনুশীলন প্ৰদৰ্শন

ডিজিটেল সংবাদ, ধুবুৰীঃ ধবুৰীত একাধিক স্বেচ্ছাসেৱী সংগঠনৰ উপস্থিতিত এন ডি আৰ এফৰ অনুশীলন। সোমবাৰে এন ডি আৰ এফ ১ বি এন'ৰ সহযোগত ধুবুৰীৰ বিলাসীপাৰাৰ গুটিপাৰা হাইস্কুলত ধুবুৰীৰ পৰিদৰ্শক আৰু উপ পৰিদৰ্শক, বিলাসীপাৰাৰ ক্ষেত্ৰ বিষয়া, শিক্ষাৰ অন্যান্য বিষয়ববীয়াৰ উপস্থিতিত এক পৰিচিতি অনুশীলনসহ প্ৰদৰ্শন কৰা হয়।

আজি এই প্ৰৰ্দশনীত জিলাখনৰএন ডি আৰ এফ ১ বিএন'ৰ বিষয়াসকলৰ লগতে বিদ্যালয়খনৰ ৩০০ গৰাকী ছাত্ৰ-ছাত্ৰী, কৰ্তৃপক্ষ, এছ এম চিৰ সদস্য, আপদা মিত্ৰ,স্বেচ্ছাসেৱক,বানপানী,অগ্নি আৰু ভূমিকম্পৰ সুৰক্ষা দক্ষতা সম্পৰ্কীয় স্বেচ্ছাসেৱক সংগঠনে অংশ গ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in