/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/7661aed2-d7c7-47e4-9b65-44912037b509/still.jpg)
গৌৰীপুৰত বিলাসী বাহনৰ পৰা জব্দ ৫টাকৈ গৰু ।
স্থানীয় ৰাইজে সৰবৰাহকাৰীক কৰায়ত্ত কৰি উত্তম–মধ্যম সোধায় ।
গৰু কঢ়িয়াই অনা বাহনখনৰ ক্ষতিসাধন কৰে উত্তেজিত একাংশই ।
পথচাৰীক খুন্দিয়াই পলাবলৈ চেষ্টা কৰোতে খেদি খেদি জব্দ বাহনখন ।
গৰুসহ সৰবৰাহকাৰী ৰফিকুল আলীক গতাই দিয়ে গৌৰীপুৰ আৰক্ষীক ।
Also Read: ধেমাজিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us