অভিলেখ সংখ্যক ভোটত জয়ী হোৱাৰ দিশে ৰকিবুল হুছেইন...

ধুবুৰীত ৮লাখৰো অধিক ভোটত ৰকিবুল হুছেইনৰ অগ্ৰগতি...

author-image
Asomiya Pratidin
New Update
অভিলেখ সংখ্যক ভোটত জয়ী হোৱাৰ দিশে ৰকিবুল হুছেইন...

ডিজিটেল ডেস্কঃ ধুবুৰীত ৮লাখৰো অধিক ভোটত ৰকিবুল হুছেইনৰ অগ্ৰগতি। এআইইউডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলতকৈ ৮৯৫১৯০ ভোটত আগবাঢ়ি আছে ধুবুৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকী।

Advertisment

উল্লেখযোগ্য যে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰিছে ১৩০৭১১৩ ভোট। আনহাতে AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে লাভ কৰিছে ৪১১৯২৩টা ভোট। ইয়াৰ বিপৰীতে অগপ প্ৰাৰ্থী জাবেদ ইছলামে লাভ কৰিছে ৩৮৬৭১০টা ভোট।

Also Read: LIVE UPDATES- ডেৰ লাখ ভোটত বিজয়ী নৰেন্দ্ৰ মোডী

loksabha election 2024 rakibul hussain dhubri