/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/592e35e9-5d42-43e8-b253-01ab274e33d0/111.jpg)
-
ধুবুৰীৰ ছাগলীয়াত আৰক্ষীৰ অভিযান
-
এখন ট্রাকৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় কফ চিৰাপ জব্দ
-
WB-51-C-5398 নম্বৰৰ ট্রাকসহ জব্দ নিচাজাতীয় সামগ্রীখিনি
-
ঘটনা সন্দৰ্ভত দুই সৰবৰাহকাৰীক আটক
-
পশ্চিম বংগৰ পৰা অসমত প্রৱেশৰ সময়ত জব্দ
আৰু পঢ়ক : নাগালেণ্ড বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ ড০ ইমতিৱাপাং আইয়েৰৰ দেহাৱসান