ধুবুৰী জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ...

ধুবুৰী জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ...

author-image
Asomiya Pratidin
New Update
ধুবুৰী জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ...

ধুবুৰী জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ...

ডিজিটেল সংবাদ ধুবুৰীঃ আজি বিলাসীপাৰা জিলা নিৰ্বাচনী বিষয়াৰ অন্তৰ্গত ০৯ নম্বৰ- বিৰসিং জৰুৱা আৰু ১০ নম্বৰ- বিলাসীপাৰা বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। খচৰা ভোটাৰ তালিকাসমূহ বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যলয়, নিৰ্বাচক পঞ্জীয়ন বিষয়াৰ কাৰ্যলয়, বুথ পৰ্যায়ৰ বিষয়া আৰু সকলো স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ কাৰ্যলয়ত উপলব্ধ কৰা হৈছে।

Advertisment

ইয়াৰ উপৰি মহকুমাৰ নাগৰিকে নিজৰ নাম মূখ্য নিৰ্বাচনী বিষয়া,অসম তথা জিলাৰ ৱেব ছাইটত চাব পাৰিব। খচৰা ভোটাৰ তালিকাৰ ওজৰ আৰু আপত্তি আজিৰে পৰা আগন্তুক নতুন বছৰৰ ৮ জানুৱাৰীত ভিতৰত দাখিল কৰিব পাৰিব।

চূড়ান্ত ভোটাৰ তালিকা ২০২৪ ৰ ৮ ফেব্ৰুৱাৰীত প্ৰকাশ কৰা হ'ব বুলি মহকুমা নিৰ্বাচনী বিষয়াই সদৰি কৰে।

Also Read: 'অসম আছিল ম্যানমাৰৰ অংগ'- কপিল ছিবালৰ অসম সম্পৰ্কে থকা জ্ঞানৰ নমুনা...

খচৰা ভোটাৰ তালিকা
News Hub