ভাৰত-বাংলাদেশ সীমান্তত BSF-আৰক্ষীৰ অভিযান; জাল নোটসহ এজনক গ্রেপ্তাৰ, আটক..

ভাৰত-বাংলাদেশ সীমান্তত BSF-আৰক্ষীৰ জাল নোটসহ এজনক গ্রেপ্তাৰ, আটক..

author-image
Asomiya Pratidin
New Update
পশ্চিমবঙ্গৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ গুলীত নিহত দুই বাংলাদেশী...

প্ৰতীকি ফটো

ডিজিটেল ডেস্ক: ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত BSF-আৰক্ষীৰ অভিযান

Advertisment

•ভাৰত-বাংলাদেশ সীমান্তৰ তিস্তাৰপাৰত এই অভিযান

•অভিযানত জাল নোটসহ এজনক গ্রেপ্তাৰ, দুজনক আটক

•গ্রেপ্তাৰ কৰা লোকজনৰ নাম নুৰ ইছলাম শ্বেখ

•নুৰ ইছলামৰ পৰা ১লাখ জাল নোট জব্দ

•লগতে জব্দ ৪০টা কণ্টেইনাৰভৰ্তি ব্রাউন চুগাৰ

•আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰিছে আন দুজন লোকক

Also Read: আজি কামাখ্যা দৰ্শনৰ বাবে আহিছিল ৰাণী মুখাৰ্জী, কাৰণ...