সীমান্ত সুৰক্ষা বাহিনীৰ বেণ্ড প্ৰদৰ্শন...

ভাৰতৰ স্বাধীনতা ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত হয় এক অনুষ্ঠান । অনুষ্ঠানত ধুবুৰীৰ গোলকগঞ্জৰ গাছপাৰাৰ চৰকাৰী হাইস্কুলত সীমান্ত সুৰক্ষা বাহিনীৰ কমাণ্ডেণ্ট সত্যেন্দ্ৰ গিৰিৰ উদ্যোগত এটা বেণ্ড প্ৰদৰ্শনৰ আয়োজন কৰা হয় ।
বেণ্ড প্ৰদৰ্শন
বেণ্ড প্ৰদৰ্শন

ডিজিটেল সংবাদ, ধুবুৰীঃ ভাৰতৰ স্বাধীনতা ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত হয় এক অনুষ্ঠান । অনুষ্ঠানত ধুবুৰীৰ গোলকগঞ্জৰ গাছপাৰাৰ চৰকাৰী হাইস্কুলত সীমান্ত সুৰক্ষা বাহিনীৰ কমাণ্ডেণ্ট সত্যেন্দ্ৰ গিৰিৰ উদ্যোগত এটা বেণ্ড প্ৰদৰ্শনৰ আয়োজন কৰা হয় ।

প্ৰায় ৩০০ গাঁওবাসী, যুৱক-যুৱতী আৰু ওচৰৰ অঞ্চলৰ স্থানীয় লোকে কাৰ্যসূচীত ভাগ লয় । এই কাৰ্যসূচীত সীমান্ত সুৰক্ষা বাহিনীৰ জাজ বেণ্ড পাৰ্টিৰ দ্বাৰা বিভিন্ন দেশপ্ৰেমমূলক গীত বজাই সীমান্ত সুৰক্ষা বাহিনীৰ গৌৰৱময় ইতিহাস প্ৰক্ষেপ আৰু প্ৰচাৰ কৰা হয় ।

উপস্থিত দৰ্শকে উপভোগ কৰা লগতে অতিশয় প্ৰশংসা কৰে। লগতে ৰাইজে মন্তব্য প্ৰদান এনে কাৰ্যই দেশৰ হকে আত্ম বলিদান দিয়া প্ৰতিজন স্বাধীনতা প্ৰেমীক স্মৰণ কৰিবলৈ সুযোগ প্ৰদান কৰে ।

বেণ্ড প্ৰদৰ্শন
বৰুৱাহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উন্নীতকৰণৰ কামৰ শুভাৰম্ভণি...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in