New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3a1cabdd-fc41-4fd3-8e58-ebf29597ffa4/agranii.jpg)
ব্ৰহ্মপুত্ৰ পাৰ হ'বলৈ গৈ সলিল সমাধি এজনৰ...
বিলাসীপাৰাৰ ছুৱাপাতা ৩য় খণ্ড গাঁৱত শোকাৱহ ঘটনা।
ব্রহ্মপুত্র নদীত সলিল সমাধি এজন বৃদ্ধৰ।
মৃত বৃদ্ধজনৰ নাম ছাহজাহান আলী।
ব্রহ্মপুত্র নদী সাঁতুৰি পাৰ হ’বলৈ লওঁতেই সংঘটিত এই ঘটনা।
ঘটনাৰ পাছতে এছ ডি আৰ এফে চলাইছে উদ্ধাৰ অভিযান।
Also Read: প্রাক্তন ভাৰতীয় ক্রিকেটাৰ বিছান সিং বেদীৰ দেহাৱসান...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us