প্রাক্তন ভাৰতীয় ক্রিকেটাৰ বিছান সিং বেদীৰ দেহাৱসান...

প্রাক্তন ভাৰতীয় ক্রিকেটাৰ বিছান সিং বেদীৰ দেহাৱসান...
প্রাক্তন ভাৰতীয় ক্রিকেটাৰ বিছান সিং বেদীৰ দেহাৱসান...
  • প্রাক্তন ভাৰতীয় ক্রিকেটাৰ বিছান সিং বেদীৰ দেহাৱসান।

  • ৭৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্রাক্তন ক্রিকেটাৰগৰাকীৰ।

  • দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগী আছিল বিছান সিং বেদীয়ে।

  • ১৯৬৬ৰ পৰা ১৯৭৯ চনলৈ ভাৰতীয় দলক টেষ্ট ক্রিকেটত প্রতিনিধিত্ব কৰিছিল সিঙে।

  • ২২খন টেষ্টত ভাৰতীয় দলৰ অধিনায়ক হিচাপে আছিল সিং।

  • ৬৭খন টেষ্টত দখল কৰিছিল ২৬৬টা উইকেট।

প্রাক্তন ভাৰতীয় ক্রিকেটাৰ বিছান সিং বেদীৰ দেহাৱসান...
গহপুৰৰ অৱসৰপ্ৰাপ্ত মুখ্য কৰ আয়ুক্ত হেমন্ত বিজয় মহন্তৰ বিজেপি দল ত্যাগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in