মধ্যাহ্ন ভোজনৰ উতলা দাইলত পৰিল ছাত্ৰ…

মধ্যাহ্ন ভোজনৰ উতলা দাইলত পৰিল ছাত্ৰ…

author-image
asomiyapratidin
New Update
ভুৱা এনকাউণ্টাৰঃ ৰাজ্য চৰকাৰক ২ সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ…

ডিজিটেল ডেস্ক: ধুবুৰী মাজেৰআলগাৰ প্ৰাথমিক বিদ্যালয়ত সংঘটিত হ'ল অতি কৰুণ ঘটনা। মধ্যাহ্ন ভোজনৰ খাদ্য প্ৰস্তুত কৰি থকাৰ সময়তে উতলা দাইলত পৰিল এটি ৮ বছৰীয়া শিশু।

Advertisment

সংকটজনক অৱস্থাত শিশুটিক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ লৈ যোৱা হয়। খাদ্যৰ বাবে হেতা-ওপৰা কৰোতে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়।

বিদ্যালয়খনৰ শিক্ষক তথা কৰ্তৃপক্ষই মধ্যাহ্ন ভোজন সূচাৰুৰূপে বিতৰণ নকৰাৰ পৰিণতিতেই এই কৰুণ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে একাংশ লোকে।

আৰু পঢ়ক: এইবাৰ চৰ্চাত আন এখন ছবি, অমিত শ্বাহে ক'লে, ভাৰতীয় সংস্কৃতিৰ সুন্দৰ প্ৰদৰ্শন…

assam dhubri