ধেমাজিত দুই ড্ৰাগছ আসক্তক আটকঃ হিৰ'ইন জব্দ...

ধেমাজিত দুই ড্ৰাগছ আসক্তক আটকঃ হিৰ'ইন জব্দ...
ধেমাজিত দুই ড্ৰাগছ আসক্তক আটকঃ হিৰ'ইন জব্দ...

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ সময়তে বুধবাৰে বিয়লি প্ৰায় আঢ়ৈ বজাত ধেমাজি নগৰৰ টঙনাপৰা পৰা দুজন ড্ৰাগছ আসক্ত যুৱকক আৰক্ষীয়ে আটক কৰিছে।

আটকাধীন যুৱক দুজনৰ পৰা আৰক্ষীয়ে ১.৬২ গ্ৰাম হিৰ'ইনৰ লগতে ৪ টা কণ্টেইনাৰ আৰু দুটা মোবাইল ফোন জব্দ কৰিছে ৷আটকাধীন ড্ৰাগছ আসক্ত যুৱকদুজন বৰদলনি শান্তিপুৰৰ ৰতন বৰ্মন আৰু আনজন ধেমাজি টঙনাপৰা গাঁৱৰ মুন শইকীয়া বুলি আৰক্ষীয়ে জনাইছে ৷

ধেমাজিত দুই ড্ৰাগছ আসক্তক আটকঃ হিৰ'ইন জব্দ...
লক্ষীপথাৰ সপ্তাহিক বজাৰত মুকলি জুৱাঃ দুই জুৱাৰী হ'ল আৰক্ষীৰ আলহী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in