বিপদে লগ এৰা নাই নামনি সোৱণশিৰি জলবিদ্যুৎ‍ প্রকল্পক; এইবাৰ বিস্ফোৰণৰ ঘটনা...

বিপদে লগ এৰা নাই নামনি সোৱণশিৰি জলবিদ্যুৎ‍ প্রকল্পক; এইবাৰ বিস্ফোৰণৰ ঘটনা...

ডিজিটেল ডেস্ক : নামনি সোৱণশিৰি জলবিদ্যুৎ‍ প্রকল্পত পুনৰ অঘটন। বান ভূমিস্খনৰ পাছত এইবাৰ প্রকল্পৰ টাৱাৰ হাউছত চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। ৱেল্ডিঙৰ কাম চলি থকাৰ সময়তে সংঘটিত হৈছে এই ঘটনা।

ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও বিস্ফোৰণৰ ফলত টাৰবাইনৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। ইটোৰ পিছত সিটো দুৰ্যোগ তথা ঘটনাই প্ৰকল্পটোত আঘাত কৰাৰ পাছত স্বাভাৱিকতেই দুৰ্বল হৈ পৰিছে জলবিদ্যুৎ‍ প্রকল্পটোৰ বহু অংশ।

বিপদে লগ এৰা নাই নামনি সোৱণশিৰি জলবিদ্যুৎ‍ প্রকল্পক; এইবাৰ বিস্ফোৰণৰ ঘটনা...
অতিষ্ঠ ৰাইজঃ বিদ্যুৎ কৰ্তনক লৈ নিশাই লেটেকুজান উপ-কেন্দ্ৰ ঘেৰাও...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in