পিছুৱাব পাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চিমেন চাপৰি অধিৱেশন...

পিছুৱাব পাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চিমেন চাপৰি অধিৱেশন...

author-image
Asomiya Pratidin
New Update
পিছুৱাব পাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চিমেন চাপৰি অধিৱেশন...

পিছুৱাব পাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চিমেন চাপৰি অধিৱেশন...

  • পিছুৱাব পাৰে শ্ৰীমন্ত শংকৰসংঘৰ অধিৱেশন।

  • প্ৰতিকুল বতৰৰ বাবেই পিছুৱাব পাৰে সংঘৰ ধেমাজিৰ চিমেন চাপৰিৰ অধিৱেশন।

  • মঙ্গলবাৰে নিশা অহা বৰষুণত অধিৱেশনস্থলীৰ চৌদিশে কেৱল বোকা।

  • অধিৱেশনস্থলীৰ বিশাল পথাৰৰ ঠায়ে ঠায়ে জমা হৈছে পানী।

  • অধিৱেশনৰ বাবে নিৰ্মাণ কৰা অস্থায়ী ভোজনালয়কে ধৰি বিভিন্ন গৃহতো সোমাইছে পানী।

  • বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হোৱাৰ কথা অধিৱেশনৰ মূল কাৰ্যসূচী।

  • আজিৰে পৰা অনুষ্ঠিত কৰাৰ কথা আছিল গ্ৰন্থমেলা আৰু বাণিজ্য মেলা।

  • বৰষুণৰ বাবে অধিৱেশনৰ প্ৰস্তুতিত লাগিছে কেণা।

  • সেয়ে আয়োজক সমিতিৰ সম্পাদকে অধিৱেশন পিছুওৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে।

  • অধিৱেশনৰ আদৰণি সম্পাদক ড০ কমল গগৈয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰিছে এই কথা।

  • বিষয়টোৰ সন্দৰ্ভত আজি অনুষ্ঠিত হ'ব কৰ্ণধাৰ সমিতিৰ বৈঠক।

  • সংঘৰ মূলৰ নেতৃত্বৰ সৈতেও যোগাযোগ কৰিছে আয়োজক সমিতিয়ে।

  • প্ৰতিকুল বতৰৰ বাবেই ৪ ৰ পৰা ৫ দিন পিছুৱাই দিয়াৰ চিন্তা কৰিছে আয়োজক সমিতিয়।

Advertisment

Also Read: বকোৰ ৰাজাপাৰাত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ বিচৰণঃ উদ্ধাৰৰ বাবে চলিব অভিযান...

শ্ৰীমন্ত শংকৰদেৱ সংঘ