ধেমাজিত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বাৰা গছপুলি ৰোপণ...

ধেমাজিত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বাৰা গছপুলি ৰোপণ...

author-image
Asomiya Pratidin
New Update
ধেমাজিত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বাৰা গছপুলি ৰোপণ...

ধেমাজিত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বাৰা গছপুলি ৰোপণ...

ডিজিটেল সংবাদ ধেমাজি: ধেমাজি কাছাৰী ময়দানৰ বাহিৰে-ভিতৰে ধেমাজি জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত দেওবাৰে পুৱা গছপুলি ৰোপণ কৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

Advertisment

এই কাৰ্যসূচীত জিলা সন্মিলনৰ সভাপতি নন্দেশ্বৰ বৰগোহাঁই, ধেমাজি সদৰ শাখাৰ সভাপতি ঘন কোঁৱৰ, জ্যেষ্ঠ সাংবাদিক উমেশ খাণ্ডেলীয়া, ঈশ্বৰ প্ৰসাদ দেউৰী, বিশিষ্ট লিখক বগেন গগৈ, অৱসৰপ্ৰাপ্ত স্কুল পৰিদৰ্শক লোকনাথ গগৈ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আনন্দৰাম বড়া, নীতিশ নন্দী, হেমপ্ৰভা দেউৰী,বীণা বৰপাত্ৰগোহাঁই আৰু বিদ্যাসাগৰ বৰগোহাঁইকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে, উদ্যোক্তাসকলে এই বৃক্ষৰোপণৰ পৰৱৰ্তী কাৰ্যসূচী অহা ৫ জুনতো বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি পুনৰ অনুষ্ঠিত কৰিব বুলি জনাইছে ৷

Also Read: ইউনাইটেড চিৰাং দুৱাৰ ফুটবল ক্লাবৰ খেলুৱৈ বাচনি শিৱিৰ সম্পন্ন...

বৃক্ষৰোপণ