/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
চিলাপথাৰ-পুকীয়া পথত ভংয়কৰ পথ দুৰ্ঘটনা
দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক
বুধবাৰে সন্ধিয়া চিলাপথাৰ দিশে থকা অৱস্থাত কোনো অচিনাক্ত বাহনে খুন্দিয়াই যুৱকজনক
ফলত থিতাতে মৃত্যু হয় স্কুটি আৰোহী যুৱকজন
নিহত যুৱকজনৰ নাম অশোক বাসুমতাৰী (৩২)
চিলাপথাৰ বামগাঁৱৰ নিহত অশোক বাসুমতাৰী
ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Also Read: শিক্ষানগৰী পাঠশালাৰ দুখনকৈ বিদ্যালয়ৰ চমকপ্ৰদ সফলতা