/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c8527ccc-02a8-466b-99b7-cede2ab655d8/dhemaji.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিত শুকুবাৰে বিয়লি ৩.০০ মান বজাত প্ৰচণ্ড ধুমুহা-বৰষুণ । ধুমুহা বৰষুণৰ পৰা হোৱা ফলত ঠায়ে ঠায়ে গছ ভাঙি যোগাযোগ ব্যাহত হৈ পৰিছে ।
লগতে ধেমাজি প্ৰেছ ক্লাৱ আৰু ধেমাজি আৰক্ষী অধীক্ষকৰ আবাসগৃহৰ সন্মুখত এজোপা প্ৰকাণ্ড গছ ভাঙি এজন বাইক আৰোহী থিতাতে নিহত হৈছে । নিহত ব্যক্তিজনৰ নাম পিটি আৰন্ধৰা(৪৮) । ঘৰ ধেমাজি জিলা নিলখত ৷ লগতে এজনৰ গুৰুতৰভাৱে আহত হৈছে
Also Read: বিলাসীপাৰা শঙ্কৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা