/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/cf5bbb56-6783-42af-b53e-d287118d8560/ghuguha_dol_18.jpg)
ঐতিহাসিক ঘূগুহা দ’লত মহাশিৱৰাত্ৰি...
জনজাতীয় উপাস্য দেৱতা শিৱ জতাধাৰী...ডিজিটেল সংবাদ ধেমাজিঃ সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজিতো ঐতিহাসিক ঘুগুহা দ’লত ঘূগুহা উন্নয়ন কমিটিৰ উদ্যোগত তিনিদিনীয়াকৈ ৭১ সংখ্য শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি মহোৎোৱ উদযাপন কৰা হৈছে ৷ পুৱা বন্তি প্ৰজ্বলন আৰু শৰাই স্থাপন কৰাৰ পিছতে ভাগৱত পাঠ ,হৰিনাম পৰিৱেশনেৰে শিৱক আৰাধানা কৰা হয় ৷
শনিবাৰে পুৱাৰে পৰা ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগগনণ ভক্তই হাতে হাতে নৈবদ্য লৈ ঘূগুহা দ’লত ভিৰ কৰে ৷ ইপিনে ২২৮ বিঘা ভূমিৰে আৱৰা ঐতিহাসিক ঘূগুহা দ’লক সংৰক্ষণ আৰু সংবৰ্ধনৰ জৰিয়তে পৰ্যটনথলী হিচাপে গঢ় দিবলৈ চৰকাৰৰ পৰ্যটন বিভাগক আহ্বান জনাইছে ঘূগুহা দ’ল উন্নয়ন কমিটিয়ে ৷
চাওক শিৱৰাত্ৰি উপলক্ষে কিদৰে ভক্তই কৰিছে ভিৰ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/1f9d13a3-a512-48be-8813-99bcf16c1d10/b6dc938a_4745_4640_8e2e_69907929a1ba.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/879ea683-1b0e-4b47-a040-ec360345e14c/fee16513_7287_44aa_9c7c_dd9d7bec14ef.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/b50f9a91-88d7-4dae-9290-aaf96c56a839/a112a8d2_5c76_4c73_8f78_582d33bb185c.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/31cdca32-4009-4a16-b129-aca8a7fb13ab/8cc8e950_fa24_4ebe_9b33_4a712beba103.jpg)
Also Read: জনজাতীয় উপাস্য দেৱতা শিৱ জতাধাৰী...