/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-01/yopctlhz/8.jpg)
ডিজিটেল সংবাদ,ধেমাজি: সোমবাৰে ধেমাজি জিলা কংগ্ৰেছৰ কাৰ্য্যালয় ইণ্ডিয়া ভৱনত জিলা কংগ্ৰেছৰ সভাপতি ভাস্কৰ দুৱৰাৰ ওচৰত প্ৰাক্তন আছু কৰ্মী, বিজেপি কৰ্মী,অগপ কৰ্মী,যুৱ ব্যৱসায়ী, চাহ খেতিয়ক আৰু উদীয়মান বড়ো জনগোষ্ঠীয় যুৱকসহ মুঠ ২০০গৰাকী লোকে কংগ্ৰেছ দলত যোগদান কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-01/b5ebha3u/157f3d24-7bac-4f0b-aef0-17b780605bc2.jpg)
২০২৬ চনৰ বিধান সভাৰ নিৰ্বাচনকলৈ শাসকীয় বিজেপি দল আৰু বিৰোধী কংগ্ৰেছ দলৰ মাজত চলি থকা প্ৰতিযোগিতামূলক সাংগঠনিক কাম-কাজৰ মাজতে বহু সংখ্যক আছু কৰ্মীয়ে দলত যোগদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-01/vyloopa1/14a8eac9-be91-48a9-8e41-52175c953f14.jpg)
উল্লেখ্য যে,কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি সন্মান জনাই যোগদান কৰা সকলোকে একোখনকৈ দলীয় গামোছাৰে সম্বৰ্ধনা জনোৱা বুলিও ধেমাজি জিলা কংগ্ৰেছৰ প্ৰশাসনিক সম্পাদক বিপুল দলেয়ে এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-01/6495uobu/62415fcc-2be8-4048-8db4-34b3ab85dc00.jpg)
Also Read: গুলীবিদ্ধ গোবিন্দা...