New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/2f1e6f40-9494-4004-a131-5c9197cbbd1d/aimu.jpg)
ধেমাজিত জন্মাষ্টমীৰ প্রসাদ খাই অসুস্থ ২৪ জনকৈ লোক
দক্ষিণ ধেমাজিত সংঘটিত হৈছে এই ঘটনা
আক্রান্তসকল শলিকুছি কোচ, চান্দনি, শলিকুছি অয়েঙীয়া গাঁৱৰ
আক্রান্তসকলক ধেমাজি অসামৰিক চিকিৎসাৱলয়ত ভৰ্তি
পেটৰ বিষ, বমি আৰু মূৰৰ বিষত আক্রান্ত লোকসকল।
Also Read: সন্ধানহীন হৈ থকা কিশোৰীৰ মৃতদেহ উদ্ধাৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us