দিহানামক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনাৰে ধেমাজি ৰাজহুৱা সভা...

২৫ নৱেম্বৰত দিহানামৰ বিশ্ব অভিলেখ গঢ়াৰ পৰিকল্পনা সদৌ অসম শংকৰ-মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ...
দিহানামক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনাৰে ধেমাজি ৰাজহুৱা সভা...

ডিজিটেল সংবাদ, ধেমাজি : বিহু নাচৰ পিছতে এইবাৰ দিহানামক বিশ্ব দৰবাত প্ৰতিষ্ঠা কৰিবলৈ সাজু সদৌ অসম শংকৰ-মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ ৷ ৰাজ্যখনৰ ৩৩ খন জিলাৰ পৰা ৫ হাজাৰ দিহানামৰ দলে অংশগ্ৰহণ কৰিব এই অভিলেখত৷

প্ৰতিটো দলত ১২ জনকৈ সৰ্ব্বমুঠ ৬০ হাজাৰ গৰাকীয়ে অংশগ্ৰহণ কৰিব দিহানামত ৷ অহা ২৫ নৱেম্বৰত অনুষ্ঠিত হ’ব দিহানামৰ বিশ্ব অভিলেখ। দিহানামক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য শনিবাৰে সদৌ অসম শংকৰ-মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ এখনি ৰাজহুৱা সভা ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷ সভাত ধেমাজি জিলাখনৰ পৰা অহা শতাধিক দিহানামৰ দলে অংশগ্ৰহণ কৰে।

দিহানামক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনাৰে ধেমাজি ৰাজহুৱা সভা...
Wrestlers Protest: সংসদ ভৱন অভিমুখী প্ৰতিবাদী মল্লযুঁজাৰুক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in