/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
এই মুহূৰ্তৰ খবৰ
-
অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী ধেমাজি জিলাৰ পানবাৰীত অঘটন
-
অঞ্চলটোৰ ২২ নং APBN কেম্পত বনৰীয়া কাঠফুলা খাই ৮ জন জোৱান গুৰুতৰভাৱে অসুস্থ
-
অসুস্থ জোৱানসকলক নলবাৰী আযুস্মান আৰোগ্য মন্দিৰত প্ৰাথমিক চিকিৎসা কৰে
-
অৱশ্যে গুৰুতৰভাৱে অসুস্থ হোৱা হেতু জোৱানকেইজনক ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Also Read: লংকা আৰক্ষীৰ জালত ২বাইক চোৰ...