অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী পানবাৰীত অঘটন...

এই মুহূৰ্তৰ খবৰ
এই মুহূৰ্তৰ খবৰ
  • অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী ধেমাজি জিলাৰ পানবাৰীত অঘটন

  • অঞ্চলটোৰ ২২ নং APBN কেম্পত বনৰীয়া কাঠফুলা খাই ৮ জন জোৱান গুৰুতৰভাৱে অসুস্থ

  • অসুস্থ জোৱানসকলক নলবাৰী আযুস্মান আৰোগ্য মন্দিৰত প্ৰাথমিক চিকিৎসা কৰে

  • অৱশ্যে গুৰুতৰভাৱে অসুস্থ হোৱা হেতু জোৱানকেইজনক ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

এই মুহূৰ্তৰ খবৰ
লংকা আৰক্ষীৰ জালত ২বাইক চোৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in