/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
ধেমাজিত গুলীবিদ্ধ হৈ মৃত্যু ব্যৱসায়ীৰ...
ধেমাজি নগৰত অঘটন।
গুলীবিদ্ধ হৈ মৃত্যু হ'ল এজন ব্যৱসায়ীৰ।
নিহত ব্যৱসায়ীগৰাকী সদাগৰ বৰুৱা।
নিজ অনুজ্ঞাপত্ৰ থকা পিষ্টলৰ পৰাই গুলীবিদ্ধ হ'ল ব্যৱসায়ীগৰাকী।
পৰিয়ালৰ লোকে দাবী কৰা মতে নিজৰ অনুজ্ঞাপত্ৰ থকা পিষ্টলটো চাফা কৰি আছিল।
ইয়াৰ বিপৰীতে আন একাংশই এয়া আত্মহত্যা বুলিও দাবী কৰিছে।
Also Read: মণিপুৰবাসীলৈ মুখ্যমন্ত্ৰীৰ শেষ সতৰ্কবাণীঃ বিজেপিৰ সংগ ত্যাগৰ হুংকাৰ NPP ৰ...