/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/c79decb4-cf15-43a8-9046-4fc9729d8273/290.jpg)
ধেমাজি জিলা বিজেপি সভাপতিৰ পদত্যাগ
-
ধেমাজি জিলা বিজেপিত খহনীয়া
-
জিলা বিজেপিৰ সভাপতিৰ পদত্যাগ
-
জিলা সভাপতিৰ পদ এৰিলে প্রেমা দত্তই
-
ৰাজ্যিক বিজেপিৰ সভাপতিলৈ পদত্যাগ পত্র প্ৰেৰণ
-
বিশেষ কাৰণবশতঃ পদত্যাগ কৰা বুলি উল্লেখ প্রেমা দত্তৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/1289e4e0-e4c0-4e92-bf02-7e2bdc8e316f/407432776_1066431824500222_1087863819846308682_n.jpg)
Also Read: চিলাপথাৰ পৌৰসভাৰ সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ