মাছখোৱা বেঙেনাগড়াৰ আৰতী দলেৰ মৃত্যুঃ অঞ্চলটোত শোকৰ ছাঁ

মাছখোৱা বেঙেনাগড়াৰ আৰতী দলেৰ মৃত্যুঃ অঞ্চলটোত শোকৰ ছাঁ

author-image
Asomiya Pratidin
New Update
মাছখোৱা  বেঙেনাগড়াৰ আৰতী  দলেৰ মৃত্যুঃ অঞ্চলটোত শোকৰ ছাঁ

ডিজিটেল সংবাদ ,ধেমাজি: ধেমাজি মাছখোৱা বেঙেনাগড়া গাওঁৰ সমাজ কৰ্মী চিত্ৰজিৎ দলেৰ মাতৃৰ বিয়োগ। বুধবাৰে ৬৮ বছৰ বয়সত মৃত্যু হয় আৰতী দলেৰ। এই খবৰে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Advertisment

জানিব পৰা মতে হঠাতে হোৱা উচ্চ ৰক্তচাপ ৰোগৰ বাবে পৰিয়ালে অসম চিকিৎসা মহাবিদ্যালয় ভৰ্তি কৰোৱা হৈছিল দলেক। ৪ দিন ধৰি চিকিৎসা কৰা পিছতো সুস্থ হৈ নুঠাত চিকিৎসে উপায়ন্তৰহৈ ঘৰলৈ পঠিয়াই দিছিল। সেই দিনা বিয়লি মৃত্যুক সাৱতি লয় তেওঁ।

অতি সহজ সৰল মহিলা গৰাকীয়ে মৃত্যুৰ সময়ত স্বামীৰ লগতে তিনি গৰাকী পুত্ৰ বোৱাৰী ,এগৰাকী জী- জোঁৱাই সহ নাতি-নাতিনী সৈতে পৰিয়ালৰ অনকজনক এৰি গৈছে ৷

Also Read: কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন বিধায়ক জিতু গোস্বামীৰ