/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/2b629ab9-eceb-4d77-b27c-c5fc21107ab2/sotea.jpg)
- চতিয়াত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা৷ 
- ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হৈ এজনৰ মৃত্যু৷ 
- চতিয়াৰ দক্ষিণাঞ্চলত পুৱা কৰৈয়নীত সংঘটিত হৈছে এই শোকাবহ দুৰ্ঘটনা৷ 
- ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হৈ দেৱীপ্ৰসাদ দাহাল(৭৩)ৰ মৃত্যু৷ 
- সম্পূৰ্ণভাৱে জুইত জাহ গ’ল দেৱীপ্ৰসাদ দাহালৰ শৰীৰ৷ 
- জ্বলন্ত বিড়িৰ পৰাই ভষ্মিভূত হ’ল দেৱীপ্ৰসাদৰ বাসগৃহ৷ 
- স্থানীয় ৰাইজে দেৱীপ্ৰসাদ দাহালে কৰা ধূমপানৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে৷ 
- পুৱাতেই সম্পূৰ্ণভাৱে ভষ্মিভূত হয় দেৱীপ্ৰসাদৰ বাসগৃহটো৷ 
- ইতিমধ্যে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আৰু চতিয়া আৰক্ষী উপস্থিত হয়৷ 
Also Read: প্ৰথম প্ৰচেষ্টাতেই ডায়মণ্ড লীগত স্বৰ্ণ জয় নীৰজ চোপ্ৰাৰ
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us