Advertisment

আজি অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী

আজি অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী

author-image
Asomiya Pratidin
New Update
আজি অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী

ডিজিটেল ডেস্কঃ আজি অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বৰপেটাত বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ এখন বৃহৎ জনসভা অনুষ্ঠিত হব। বৰপেটা পৌৰসভাৰ খেলপথাৰত অনুষ্ঠিত হব এই সভাৰ ।

Advertisment

উল্লেখযোগ্য যে মিত্রজোঁটৰ প্রাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্রচাৰ চলাব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। এই সভাত প্ৰায় ৬০ হাজাৰ লোকে অংশগ্ৰহণ কৰিব। এই জনসভাত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভৱেশ কলিতা, চন্দ্ৰমোহন পাটোৱাৰী আদি উপস্থিত থাকিব।

Also Read: ৰহাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড

rajnath singh Minister of Defence of India bhabesh kalita keshab mahanta atul borah Chandra Mohan Patowary