আজি অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী

আজি অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী

ডিজিটেল ডেস্কঃ আজি অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বৰপেটাত বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ এখন বৃহৎ জনসভা অনুষ্ঠিত হব। বৰপেটা পৌৰসভাৰ খেলপথাৰত অনুষ্ঠিত হব এই সভাৰ ।

উল্লেখযোগ্য যে মিত্রজোঁটৰ প্রাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্রচাৰ চলাব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। এই সভাত প্ৰায় ৬০ হাজাৰ লোকে অংশগ্ৰহণ কৰিব। এই জনসভাত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভৱেশ কলিতা, চন্দ্ৰমোহন পাটোৱাৰী আদি উপস্থিত থাকিব।

আজি অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী
ৰহাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in