/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
খনামুখত উদ্ধাৰ অচিনাক্ত মৃতদেহ..
জামুগুৰিহাটৰ খনামুখ নেৱাৰ বস্তিত উদ্ধাৰ অচিনাক্ত মৃতদেহ।
পথৰ দাঁতিত উদ্ধাৰ হৈছে এই মৃতদেহ।
স্থানীয় লোকে পুৱা পথৰ দাঁতিত প্ৰত্যক্ষ কৰে এই মৃতদেহ।
উদ্ধাৰ হোৱা মৃতদেহটো আদিবাসী সম্প্ৰদায়ৰ যুৱকৰ বুলি সন্দেহ।
আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে মৃতদেহ।
মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে হাস্পতাললৈ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us