New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/18dcb039-3e6e-40fd-9be4-68f9d4f4db6a/aeeee.jpg)
-
মহানগৰীৰ পাঞ্জাবাৰীত অবৈধভাৱে গো-মাংস বিক্রী।
-
ঘটনা সন্দৰ্ভত দুজন লোকক আটক কৰে আৰক্ষীয়ে।
-
ধৃতদ্বয় পিতা-পুত্র আব্দুল ছালাম, মহিদুল ছালাম।
-
দীৰ্ঘদিন ধৰি পিতা-পুত্রই গোপনে চলাই আহিছিল এই ব্যৱসায়।
-
আৰক্ষীয়ে জব্দ কৰে ৰান্ধি থকা ১৩ কেজি গো-মাংস।