কোনে ঘৰৰ ভিতৰত হত্যা কৰি থৈ গ'ল মহিলাক...

কোনে ঘৰৰ ভিতৰত হত্যা কৰি থৈ গ'ল মহিলাক...
  • নুনমাটিৰ নিজৰাপাৰত মহিলাৰ ৰহস্যজনক মৃত্যু।

  • মৃত মহিলাগৰাকীৰ নাম মুনমুন বেগম বুলি জানিব পৰা গৈছে।

  • ঘৰৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ মহিলাগৰাকী।

  • মহিলাগৰাকীৰ দেহত আঘাতৰ চিন স্পষ্ট।

  • মহিলাগৰাকীৰ স্বামীকো ২০০৪ চনত হত্যা কৰিছিল দুৰ্বৃত্তই।

  • ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

  • বাসগৃহত থকা CCTV পৰীক্ষা কৰিছে নুনমাটি আৰক্ষীয়ে।

কোনে ঘৰৰ ভিতৰত হত্যা কৰি থৈ গ'ল মহিলাক...
২২ জানুৱাৰীত চৰকাৰী বন্ধ! খোলা নাথাকে সুৰাৰা বিপনীও

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in