/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/fb67c0fc-8f72-4c18-bb3f-83eb5ad3c334/police.jpg)
-
নুনমাটিৰ নিজৰাপাৰত মহিলাৰ ৰহস্যজনক মৃত্যু।
-
মৃত মহিলাগৰাকীৰ নাম মুনমুন বেগম বুলি জানিব পৰা গৈছে।
-
ঘৰৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ মহিলাগৰাকী।
-
মহিলাগৰাকীৰ দেহত আঘাতৰ চিন স্পষ্ট।
-
মহিলাগৰাকীৰ স্বামীকো ২০০৪ চনত হত্যা কৰিছিল দুৰ্বৃত্তই।
-
ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
-
বাসগৃহত থকা CCTV পৰীক্ষা কৰিছে নুনমাটি আৰক্ষীয়ে।
Also Read: ২২ জানুৱাৰীত চৰকাৰী বন্ধ! খোলা নাথাকে সুৰাৰা বিপনীও