পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

শনিবাৰে পুৱা কামপুৰত মৃতদেহ উদ্ধাৰ। কামপুৰ পুখুৰীপাৰৰ পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।

author-image
Asomiya Pratidin
New Update
পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

  • শনিবাৰে পুৱা কামপুৰত মৃতদেহ উদ্ধাৰ।

  • কামপুৰ পুখুৰীপাৰৰ পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।

  • মৃতদেহটো পুখুৰীপাৰৰ খুকন মজুমদাৰ বুলি চিনাক্ত।

  • পুৱা পথচাৰীয়ে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

  • ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা ব্যৱস্থা কৰে।

  • কেনেকৈ মৃত্যু হ'ল লোকজনৰ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

  • ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ। 

Advertisment

Also Read: Rajasthan assembly election live updates : ৫ বজালৈ ৬৮.২৪ শতাংশ ভোটাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ...

Assam police