
ৰূপহীহাটৰ ভকতগাঁৱত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।
মৃতদেহটো নিলোৎপৱল সৰকাৰ নামৰ এজন যুৱকৰ বুলি চিনাক্ত কৰা হৈছে।
শুকুৰবাৰে নিশাৰে পৰা সন্ধানহীন হৈ আছিল যুৱকজন।
শনিবাৰে সোনাই নৈত উদ্ধাৰ যুৱকজনৰ মৃতদেহ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে।