মহানগৰীৰ গেষ্ট হাউচত উদ্ধাৰ যুৱকৰ মৃতদেহ

মহানগৰীৰ কতাহবাৰীত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।মঙলবাৰে উদ্ধাৰ হয় মৃতদেহটো।

author-image
Asomiya Pratidin
New Update
লাহৰীঘাটত ৫ টাকৈ ঘৰ ভস্মীভূতঃ ফায়াৰ বিগ্ৰেডলৈ শিল নিক্ষেপ...

  • মহানগৰীৰ কতাহবাৰীত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।

  • মঙলবাৰে উদ্ধাৰ হয় মৃতদেহটো।

  • কতাহবাৰী খুচি গেষ্ট হাউচত উদ্ধাৰ যুৱকৰ মৃতদেহ।

  • গেষ্ট হাউচটোৰ ১০৯ নং কোঠালিত সংঘটিত এই ঘটনা।

  • মৃত যুৱকজন বাইহাটা চাৰিআলিৰ পৰশ মণি কাকতি।

  • যুৱকজনৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ।

Also Read: 'ইণ্ডিয়া'ৰ বৈঠকত অংশ গ্ৰহণ নকৰে মমতা, নীতিশ, অখিলেখ যাদৱে! অকলশৰীয়া হোৱাৰ দিশে কংগ্ৰেছ

Assam police