মহানগৰীত চাঞ্চল্য! এজনক হত্যা কৰি বস্তাত ভৰাই পেলাই দিলে মৃতদেহ

মহানগৰীত চাঞ্চল্য! এজনক হত্যা কৰি বস্তাত ভৰাই পেলাই দিলে মৃতদেহ

ডিজিটেল ডেস্কঃ মহানগৰীত পুনকৰ উদ্ধাৰ মৃতদেহ। শনিবাৰে চানমাৰিত উদ্ধাৰ হোৱা এটা মৃতদেহক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

কোনো লোকে হত্যা কৰি বস্তাত ভৰাই পেলাই দিছে মৃতদেহটো। উদ্ধাৰ হোৱা মৃতদেহটো তৃতীয় লিংগৰ এগৰাকীৰ বুলি জানিব পৰা গৈছে।

অভিযান্ত্রিক প্রতিষ্ঠানৰ হোষ্টেলৰ কাষৰ নলাত উদ্ধাৰ হৈছে মৃতদেহটো। এই পৰ্যন্ত মৃতদেহটো চিনাক্ত হোৱা নাই। পৰিকল্পিতভাৱে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে একাংশই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

মহানগৰীত চাঞ্চল্য! এজনক হত্যা কৰি বস্তাত ভৰাই পেলাই দিলে মৃতদেহ
তিতাবৰত ৰে'লৰ পৰা পৰি অচিনাক্ত মহিলাৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in