মহানগৰীৰ উলুবাৰীত মৃতদেহ উদ্ধাৰ

মহানগৰীৰ উলুবাৰীত মৃতদেহ উদ্ধাৰ
  • মহানগৰীৰ উলুবাৰীৰ দক্ষিণ শৰণীয়াত মৃতদেহ উদ্ধাৰ।

  • মঙলবাৰে উদ্ধাৰ মৃতদেহটো।

  • মৃতদেহটো ৰূপম গোস্বামী নামৰ এজন লোকৰ বুলি চিনাক্ত।

  • বিছনাত শুই থকা অৱস্থাতে মৃত্যু হোৱাৰ সন্দেহ।

  • দুদিন পূৰ্বেই মৃত্যু হোৱাৰ সন্দেহ প্রত্যক্ষদৰ্শীৰ।

  • বৰ্তমানলৈকে জানিব পৰা হোৱা নাই মৃত্যুৰ কাৰণ।

মহানগৰীৰ উলুবাৰীত মৃতদেহ উদ্ধাৰ
চিলাপথাৰত সামৰণি পৰিল হাজং জনগোষ্ঠীৰ দুই সংগঠনৰ কেন্দ্ৰীয় অধিৱেশন...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in