/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
মহানগৰীৰ উলুবাৰীৰ দক্ষিণ শৰণীয়াত মৃতদেহ উদ্ধাৰ।
মঙলবাৰে উদ্ধাৰ মৃতদেহটো।
মৃতদেহটো ৰূপম গোস্বামী নামৰ এজন লোকৰ বুলি চিনাক্ত।
বিছনাত শুই থকা অৱস্থাতে মৃত্যু হোৱাৰ সন্দেহ।
দুদিন পূৰ্বেই মৃত্যু হোৱাৰ সন্দেহ প্রত্যক্ষদৰ্শীৰ।
বৰ্তমানলৈকে জানিব পৰা হোৱা নাই মৃত্যুৰ কাৰণ।
Also Read: চিলাপথাৰত সামৰণি পৰিল হাজং জনগোষ্ঠীৰ দুই সংগঠনৰ কেন্দ্ৰীয় অধিৱেশন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us