/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/fc2b8ada-d200-45d4-b6e2-ce6ab4ef722e/uco_16.jpg)
মঙলদৈৰ ইউকো বেংকৰ ভিতৰৰ পৰাই গ্ৰাহকৰ ধন লৈ উধাও চোৰ...
ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈস্থিত ইউকো বেংকত নাই গ্ৰাহকৰ সুৰক্ষা। বেংকৰ ভিতৰত প্ৰৱেশ কৰি চোৰে চলালে উপদ্ৰৱ।
জানিব পৰা মতে বেংকটোৰ ভিতৰত চোৰ প্ৰৱেশ কৰি আৰক্ষীৰ নাকৰ তলতেই এগৰাকী মহিলাৰ পৰা লুটি নিলে কেইবাহাজাৰো টকা। আৰক্ষীয়ে গিজগিজাই থকা মঙলদৈ চহৰৰ মাজমজিয়াৰ ইউকো বেংকত সংঘটিত হোৱা এই ঘটনাই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
বেংকটোৰ গ্ৰাহকৰ দাবী শীঘ্ৰেই চোৰক কৰায়ত্ত কৰাৰ লগতে লুটি নিয়া ধন ঘূৰাই দিয়ক। ইয়াৰোপৰি বেংকটোত গ্ৰাহকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰো দাবী উত্থাপন হৈছে।
Also Read: চানমাৰি আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰীঃ ব্ৰাউন চুগাৰ, নগদ ধনসহ ৩ জনক গ্ৰেপ্তাৰ...