Advertisment

চানমাৰি আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰীঃ ব্ৰাউন চুগাৰ, নগদ ধনসহ ৩ জনক গ্ৰেপ্তাৰ...

চানমাৰি আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰীঃ ব্ৰাউন চুগাৰ, নগদ ধনসহ ৩ জনক গ্ৰেপ্তাৰ...

author-image
Asomiya Pratidin
New Update
চানমাৰি আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰীঃ ব্ৰাউন চুগাৰ, নগদ ধনসহ ৩ জনক গ্ৰেপ্তাৰ...

চানমাৰি আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰীঃ ব্ৰাউন চুগাৰ, নগদ ধনসহ ৩ জনক গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আৰক্ষীয়ে চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। শনিবাৰে মহানগৰীৰ চানমাৰি আৰক্ষীয়ে অনুৰাধা চিনেমা হলৰ কাষত অভিযান চলাই এই সফলতা লাভ কৰিছে।

Advertisment

আৰক্ষীয়ে অভিযানত ব্ৰাউন চুগাৰৰ লগতে জব্দ কৰিছে বৃহৎ পৰিমাণৰ নগদ ধন। ৫০০, ২০০, ১০০, ৫০ আৰু ১০ টকীয়া এই নোটখিনিৰ সৰ্বমুঠ পৰিমাণ হৈছে ৩ লাখা ৩০ হাজাৰ ৫৫০ টকা।

আনহাতে আৰক্ষীয়ে এই নিষিদ্ধ দ্ৰব্য সৰবৰাহৰ অপৰাধাত গ্ৰেপ্তাৰ কৰিছে তিনিজনকৈ লোকক।

Also Read: কাজিৰঙাৰ বুঢ়াপাহাৰত তীব্ৰ বেগী বাহনৰ খুন্দাত দুষ্প্ৰাপ্য টুপিমুৰীয়া বান্দৰৰ মৃত্যু...

চানমাৰি আৰক্ষী