New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/d2e9aaf8-0d8f-4f42-bf9f-092b290aa6d7/222.jpg)
মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা
দুৰ্ঘটনাত থিতাতে নিহত এজন
ট্ৰাক আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ
মৃত কিশোৰজনৰ নাম ৰফিকুল ইছলাম
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন দুজন
আহত আব্দুল গনি আৰু ৰাজিদুল হক
তিনিওজন কিশোৰ নৱম শ্রেণীৰ ছাত্ৰ।
Also Read: আৰক্ষীৰ অভিযানত উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰসহ বহু বিস্ফোৰক সামগ্ৰী